আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ উদ্যোগত লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী সমদল
গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : সোণাপুৰত অসম ৰাইফলচৰ সামৰিক ঘাটি স্থাপন বন্ধ কৰা আৰু গুৱাহাটী মহানগৰৰ পৰা ডিমৰিয়া লৈকে ১০ কিলোমিটাৰ মহানগৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বাতিলৰ দাবীত বুধবাৰে আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ উদ্যোগত লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী সমদলৰ …