প্ৰাক্তন বৰপেটা জিলা পৰিষদৰ সভাপতি সহ ৭০ জনৰ ইউডিএফত যোগদান : বৰপেটাত কংগ্ৰেছ ফেক্টৰ নহয় -হাফিজ ৰফিকুল ইছলাম

বৰপেটা, সংবাদ ৩৬৫, ৯ এপ্ৰিল : ৬ নং বৰপেটা লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামৰ বৰপেটা সমষ্টি ভিত্তিত এখন নিৰ্বাচনী কাৰ্যালয় হাউলীত ৯ এপ্ৰিলত আবেলি ৪ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এ আই ইউ ডি …

সংখ্যালঘু অধ্যুষিত জুৰীয়াত মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

জুৰীয়া, সংবাদ ৩৬৫, ৮ এপ্ৰিল : সমধিকাৰ, সমবিকাশ আৰু সকলোৰে নিৰাপত্তা দিছে বিজেপিয়ে। কংগ্ৰেছে অপপ্ৰচাৰ চলায় বিজেপি মুছলমান বিৰোধী বুলি। এয়া সম্পূৰ্ণ মিছা। সংখ্যালঘু অধ্যুষিত জুৰীয়াত মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু প্ৰচাৰ অভিযানত এই মন্তব্য মুখ্যমন্ত্ৰী …

পুনৰ কেৱ আনিব বিজেপিয়ে

নিউজ ডেস্ক , সংবাদ ৩৬৫, ৮ এপ্ৰিল : পুনৰ বিতৰ্কত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আনিব গেৰুৱা বাহিনীয়ে। এই কথা স্পষ্টভাবে প্ৰকাশ কৰিলে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয়ভাৱে প্ৰকাশিত নিৰ্বাচনী ইস্তাহাৰত । উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ দেশ উত্তাল …

মোদীৰ চকীদাৰ হৈ থকাৰ যোগ্যতা নাই : চকীদাৰ মোদীয়ে দেশৰ চকীদাৰসকলক অপমান কৰিছে

গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : মোদীৰ চকীদাৰ হ’ব পৰা যোগ্যতা নাই। ধনী শ্ৰেণীৰ তথা কৰ্পৰেট গোষ্ঠীৰ অজ্ঞাবাহী চকীদাৰ হব পাৰে কিন্তু দেশবাসীৰ চকীদাৰ হব নোৱাৰে- অদীপ কুমাৰ ফুকন অসম সংগ্ৰামী মঞ্চই মঙ্গলবাৰে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে মহা অভিযোগ …

গামোচা মেলা – ২০১৯ ৰ শুভ উদ্বোধন

গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : মঙ্গলবাৰে আমবাৰীস্থিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালকায়ৰ বস্ত্ৰভৱন প্ৰাংগণত গামোছা মেলা-২০১৯ শীৰ্ষক মেলাৰ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কামৰূপ জিলাৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ৰ উদ্যোগত আয়োজন হোৱা এই মেলা অহা ১৩ …

হাউলীত আই পি এল ক্ৰিকেট কেন্দ্ৰীক এজন জুৱাৰী আটক

হাউলী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : সম্প্ৰতি আই পি এল ক্ৰিকেট কেন্দ্ৰীক জুৱাৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলাৰ হাউলী অঞ্চল । সোমবাৰে নিশা হাউলী আৰক্ষীয়ে অভিযান চলাই হাউলী নগৰৰ চাৰি নং ৱাৰ্ডৰ আয়েন মণ্ডল ৰোডৰ আঃ কৰিমৰ পুত্র আব্দুল হামিদ …

সৰভোগত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতি সভা

সৰভোগ, সংবাদ ৩৬৫, ৮ এপ্ৰিল: চকচকা ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে দুপৰীয়া ১২.৩০ বজাত সৰভোগৰ ৰাজীৱ ভৱনত এখন নিৰ্বাচনী প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয়। সভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শব্দৰাম ৰাভাই উপস্থিত থাকি দলীয় কৰ্মী আৰু বিষয়ববীয়াসকলৰ সৈতে …

নতুন দিল্লীত বিজেপিৰ ইস্তাহাৰত কেৱ পুনৰ আনিম বুলি উল্লেখ কৰাৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : মঙলবাৰে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয়ভাৱে প্ৰকাশিত নিৰ্বাচনী ইস্তাহাৰত পুনৰ কেৱ অনাৰ প্ৰসংগ উল্লেখ কৰাৰ সদৌ অসম ছাত্ৰ সন্থাই উক্ত বিষয়টোক তীব্ৰ ভাষাৰে নিন্দা কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে কয় যে …

দক্ষিণ কামৰূপৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ

দক্ষিণ কামৰূপ ,সংবাদ ৩৬৫, ৮ এপ্ৰিল : লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ । বৰৰদুৱাৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই দাহ কৰে মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰতিমূৰ্তি । বনবিভাগ ৰক্ষা কৰাত চূড়ান্ত ব্যৰ্থতা হোৱাৰ অভিযোগত ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ …

মিছা কথা কোৱাটো বিজেপিৰ স্বভাৱত পৰিণত হৈছে – উপমন্যু হাজৰিকা

গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : কিছুদিনৰ আগত ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ কৰিছিল আৰু সেই নিৰ্বাচনী প্ৰচাৰ অভিযানত অবৈধভাৱে বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়ত কোনো নথকা সময়ত প্ৰৱেশ কৰি নিৰ্বাচনী প্ৰচাৰ সামগ্ৰী চুৰি কৰাৰ …