অগ্নি আৰু আপদকালীন সেৱাৰ উদ্যোগত মহানগৰী ৰেডিচন ব্লু’ত বিশেষ আলোচনা চক্ৰ
গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিল : অগ্নি আৰু আপদকালীন সেৱাৰ উদ্যোগত মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু’ত অনুষ্ঠিত হৈছে এক বিশেষ আলোচনা চক্ৰ। অগ্নি প্ৰতিৰোধ সপ্তাহ উপলক্ষে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। দুৰ্যোগ ৰোধ আৰু আপদকালীন সময়ত যাতে ব্যৱস্থা গ্ৰহণ কৰিব …