ৰঙালী বিহুটিক আদৰাৰ প্ৰাকক্ষণত মহানগৰীৰ ধাৰাপুৰত: অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই ককাল ভাঙি নাচিলে বিহু
গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : হেপাঁহৰ ৰঙালী বিহুটিক প্ৰাকক্ষণত মহানগৰীৰ ধাৰাপুৰ দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনত অভিনেত্ৰী শ্যমন্তীকা শৰ্মাই ককাল ভাঙি নাচিলে বিহু কণমানি সকলৰ লগত । হেপাঁহৰ ৰঙালী পদূলি মূখ পোৱাৰ সয়মতে মহানগৰীৰ ধাৰাপুৰত কণমানি সকলোৰে লগত ঢোলৰ চেৱত ককাল …