নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ লক্ষাধিক টকা
দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১২ এপ্ৰিল : ৰাজ্যত অনুষ্ঠিত হৈ গ’ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এতিয়া হ’বলৈ বাকী আছে দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈছে লক্ষাধিক টকা । শুকুৰবাৰে দক্ষিণ কামৰূপৰ বঙৰাত …