আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
গুৱাহাটী,সংবাদ৩৬৫,৮মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত তেজস্বীনী নামৰ এটি মহিলা গোটে শুকুৰবাৰে এটা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত মহিলাসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত আলোকপাত কৰা হয়। এই বিষয়ত আলোচনা কৰিবলৈ আয়ুৰসুন্দ্রা হাস্পতালৰ দুগৰাকী বিশেষ ব্যক্তি উপস্থিত থাকে। …