মানকাচৰৰ কালাপানী বজাৰত ভয়াবহ অগ্নিকাণ্ড: প্ৰায় ১ কোটি টকাৰ সামগ্রী ভষ্মীভূত
হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৩ জানুৱাৰী: দ:শালমাৰা মানকাচৰ জিলাৰ কালাপানী বজাৰত শনিবাৰে নিশা প্ৰায় ১১:৪৫ বজাত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়াবহ অগ্নিকাণ্ডত ৩০ খনকৈ দোকান ঘৰ, বাসগৃহ জাহ যোৱাৰ লগতে প্ৰায় ১ কোটি টকাৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। …