ৰাজ্যিক নিৰ্বাচন আয়োগৰ লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা
গুৱাহাটী, সংবাদ৩৬৫,১১মাৰ্চ: অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ’ব ১১ এপ্ৰিলত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন ১৮ মাৰ্চৰ পৰা আৰু মনোনয়ন দাখিলৰ অন্তিম দিন ২৫মাৰ্চ । আনহাতে,মনোনয়ন পৰীক্ষণৰ দিন ২৬ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ২৮ মাৰ্চ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ …