তামুলপুৰৰ বীৰ ছহিদ মনশ্বেৰ বসুমতাৰীৰ পৰিয়াললৈ নগাৱঁৰ এচ আৰ কে জুনিয়ৰ কলেজৰ পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক সাহায্য
তামুলপুৰ, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰী: কাশ্মীৰত পুলুৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ চি আৰ পি এফ জোৱান বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান এছ আৰ কে চেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক …