পশু খাদ্যৰ নামত অনুজ্ঞাপত্ৰ উলিয়াই অসাধু ব্যৱসায়ীয়ে কৰিছে বৰবিহ স্বৰূপ লালি গুৰৰ ব্যৱসায়
টীয়ক, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: বিষাক্ত সুৰা সেৱনৰ ফলত শতাধিক লোকে মৃত্যুক সাৱটি লোৱাৰ পাছত টীয়কৰ হাতীগড়ত ব্যৱসায়ীৰ গুদামত ওলাইছে বৃহৎ পৰিমাণৰ লালি গুৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ তৎপৰতাত এই কথা পোহৰলৈ আহিছে। থলুৱা বিষাক্ত সুৰা সেৱনৰ ফলত শতাধিক …