গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আকৰ্ষণীয় ৰূপত খিতাপৰ যুঁজ: শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: স্প’ৰ্টছক্ৰাফ্ট মেনেজমেণ্টৰ উদ্যোগত আৰু গুৱাহাটী চিটী এফ চিৰ সহযোগত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত চলি থকা অসমৰ সৰ্বপ্ৰথম বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দেওবাৰে ষষ্ঠ মেচ ডে’ত মুঠ ৬৮টা দলে প্ৰতিদ্বন্দ্ব্বিতা কৰে ৷ পাঁচোটা …