নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কুমাৰীকাটাত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, আৰু নাগৰিকত্ব বিধেয়ক বিল ২০১৬ প্ৰতিমূৰ্তি আৰু প্ৰতিলিপি দাহ তামুলপুৰ জিলা এ বি এমছু আৰু কুমাৰীকাটা আঞ্চলিক এ বি এমছুৰ
তামুলপুৰ, সংবাদ ৩৬৫, ১০ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কুমাৰীকাটাত প্ৰধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নাগৰিকত্ব বিধেয়ক বিল ২০১৬ প্ৰতিমূৰ্তি আৰু প্ৰতিলিপি দাহ কৰে তামুলপুৰ জিলা এ বি এমছু আৰু কুমাৰীকাটা আঞ্চলিক এ বি এমছুৱে। বৃহস্পতিবাৰে আবেলি চাৰি …