সাংস্কৃতিক জগত খনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অভিনৱ পদক্ষেপ সৃষ্টি আৰ্ট থিয়েটাৰৰ
বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ৮ জানুৱাৰী: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নৃত্য গীত আৰু অভিনয়ৰে সাংস্কৃতিক জগতখনক আগবঢ়ায় নিয়াৰ এক অভিনৱ পদক্ষেপৰ প্ৰচেষ্টা সৃষ্টি আৰ্ট থিয়েটাৰৰ । অসমৰ পিছপৰা অঞ্চল সমূহৰ সাংস্কৃতিক দিশত …