কলাজল নদীৰ বক্ষত অবৈধ খনন কাৰ্য দুষ্ট চক্ৰৰ: নীৰৱ বন বিভাগ
বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৩জানুৱাৰী: ৰাজ্যত ক্ৰমান্বয়ে অবৈধ বেহাই ৰমৰমীয়া বেহাত পৰিণত হৈছে। অবৈধ বালি, কাঠ, মাটি আদিকে ধৰি বৰ্তমান অবৈধ বেহাৰ এক জীৱিকাৰ পথ হিচাপে বাছি লৈছে একাংশ দুষ্ট লোকে। এই অবৈধ বেহাৰ দীৰ্ঘ দিন ধৰি …