অসমৰ নৱপ্ৰজন্মলৈ সুখবৰ: মহানগৰীত আৰম্ভ হল টি-ছিৰিজৰ প্ৰথমতো শৈক্ষিক শাখা
গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ: শনিবাৰে মহানগৰীত আৰম্ভ হল টি-ছিৰিজৰ প্ৰথমতো শৈক্ষিক শাখা। নীতা শৰ্মাৰ নেতৃত্বত ড্ৰীম হাউচ প্ৰডাকশ্যনৰ সৈতে সংযোজিত হৈ টি-ছিৰিজৰ ষ্টেজৱৰ্কছ একাডেমীয়ে প্ৰথমটো শাখা আৰম্ভ কৰে। গুৱাহাটীৰ জুৰোডস্থিত গুৱাহাটী চেণ্ট্ৰেলৰ ৫ম মহলাত প্ৰায় ১৫০০০ বৰ্গফুটত মুকলি কৰা …