ৰঙিয়াৰ মাদৈকাটাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতিত সম্প্ৰীতিৰ নিদৰ্শন
ৰঙিয়া, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতিৰ বাবে ৰঙিয়াৰ মাদৈকাটাত জাতি-ধৰ্মৰ ভেদাভেদ নোহোৱাকৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বড়ো আৰু শৰণীয়া লোকসকলে। সাম্প্ৰতিক সময়ত এচামে জাত-পাতৰ ৰাজনীতি কৰি অহাৰ বিপৰীতে শংকৰ-আজানৰ দেশ অসমত সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ বাবে …