বঙাইগাঁৱৰ শিমলাবাৰীত ভয়াৱহ অগ্নিকাণ্ড: লক্ষ্যাধিক টকাৰ ক্ষয়-ক্ষতি
বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ: বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰী দ্বিতীয় খণ্ড গাঁৱত বৃহস্পতিবাৰে দুপৰীয়া এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ছাহাজুল ইছলাম নামৰ এজন ব্যক্তিৰ এটা গোহালি ঘৰ আৰু এটি খেৰৰ পজা সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত। বৰ্তমানলৈ …