জনীয়াৰ মেধেৰটাৰীত অৰাজক পৰিস্থিতি: চৰকাৰী গৃহত চলাই আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়
বৰপেটা, সংবাদ ৩৬৫, ৪ অক্টোবৰ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ মেধেৰটাৰী বহুমুখী বজাৰগৃহ আৰু পূব জনীয়া সমবায় সমিতিৰ গৃহত দীর্ঘদিনৰে পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চলাই থকা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ব্যক্তিগত শিক্ষানুষ্ঠান চলাই আছে জনীয়া জিলা পৰিষদৰ …