তামুলপুৰৰ কুমাৰীকাটাত বিশ্ব এইডছ দিৱস পালন
তামুলপুৰ, সংবাদ ৩৬৫, ১ ডিচেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত শনিবাৰে সমগ্ৰ দেশৰ লগতে কুমাৰীকাটাতো ৩৮ সংখ্যক বিশ্ব এইডছ দিৱস পালন কৰা হয় । বেচৰকাৰী সংস্থা নৱোদয় ফাউনণ্ডেচন, সম্ভৱনা, আৰু নাগ্ৰিজুলি উন্নয়ন সমিতিৰ দ্বাৰ আয়োজন কৰা …