মাৰ্ঘেৰিটা জৰাজীৰ্ণ পথৰ ওপৰতে প্ৰসূতিয়ে প্ৰসৱ কৰিলে সন্তান
ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: বিকশিত অসমৰ এক নিৰ্লজ ঘটনা সংঘটিত হয় মাৰ্ঘেৰিটাত। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ ৩নং বৰহোলোং গাৱত জৰাজীৰ্ন পথৰ ওপৰতে পুৱতি নিশা প্ৰসুতিয়ে জন্ম দিলে কেচুৱা ৷পুৱতি নিশা প্ৰায় ৩.৩০ …