তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজনৰ:কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড
তামুলপুৰ, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ: ৰাজ্যত হস্তী-মানুহৰ সংঘাত দৈনিক বৃদ্ধি পাই আহিছে। বনৰীয়া হাতীৰ আক্ৰমণত সঘনাই নিৰীহ লোকৰ মৃত্যু হৈছে। তাৰ মাজতে বৃহস্পতিবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তথা নাগ্ৰীজুলি বন বিভাগৰ অধীনস্ত ২ নং দঙাৰগাঁওত বন্য হস্তীৰ আক্ৰমণত …