হোজাই আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ দৰ্জিচিতত দুই বনৰীয়া হাতীৰ কৰুণ মৃত্যু
হোজাই, সংবাদ ৩৬৫, ৬ আগষ্টঃ হোজাই আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ দৰ্জিচিতত দুই বনৰীয়া হাতীৰ কৰুণ মৃত্যু৷ ৰবিবাৰে নিশা বজ্ৰপাতৰ ফলত এটা পোৱালী হাতী আৰু এটা প্ৰাপ্তবয়স্ক বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক আকোৱালী লয়৷ সোমবাৰে পুৱা স্হানীয় ৰাইজে হাতী দুটা পৃথকে পৃথকে …