ধুবুৰীৰ সন্তেষপুৰ গাঁওত প্ৰায় অৰ্ধ মাহ ধৰি ডেৰশ পৰিয়ালে উচ্ছেদ অভিযানত ঘৰবাৰী হেৰুৱাই মুকলি আকাশৰ তলত প্ৰখৰ ৰ’দ বৰষুণৰ মাজেৰেই জীৱন যাপন কৰিব লগীয়া হৈছে
বিলাসীপাৰা, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত টিলাপাৰা সন্তেষপুৰ গাঁৱত ১ চেপ্তেম্বৰত আকস্মিক ভাৱে উচ্ছেদ অভিযানে ভাঙি লৈ যায় ডেৰশ পৰিয়ালৰ ঘৰ বাৰী। প্ৰায় অৰ্ধ মাহ ধৰি ডেৰশ পৰিয়ালে উচ্ছেদ অভিযানত ঘৰ বাৰী হেৰুৱাই মুকলি আকাশৰ তলত …