কিলাৰ হাইৱেট পৰিণত বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ: পথৰ মাজত পুখুৰী সদৃশ গাতৰ সৃষ্টি
বজালী, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ: বজালী মহকুমাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া ৰাইজৰ বাবে হৈ পৰিছে এক মৃত্যু উপত্যকা। প্ৰতিদিনে সংঘটিত হৈ আহিছে সৰু বৰ দূৰ্ঘটনা। অকালতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বিভিন্ন জনে। ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ চূড়ান্ত হেমাহি আৰু পথ নিৰ্মাণকাৰী …