জনশিমলু ৰাজহ গাঁৱত উচ্ছেদ অভিযানৰ বিৰুদ্ধে শংখনিনাদেৰে ব্যাপক প্ৰতিবাদ: উচ্ছেদ অভিযানৰ ১০ মাহ পিছতো কান সাৰ নাই ৰজাঘৰীয়াৰ
জনশিমলু, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযানৰ ঘটনা সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰা আজি প্ৰায় ১০ মাহ অতিক্ৰম হৈ গল। দিছপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাঁওত চাৰিটা দশক ধৰি বসবাস কৰি থকা সত্বেও খিলঞ্জীয়া লোকসকলক অবৈধ বেদখলকাৰী …