দক্ষিণ কামৰূপৰ গৰৈমাৰীত ডি আই গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই বাসগৃহ লণ্ড ভণ্ড কৰাৰ লগতে বহু লক্ষ্যধিক টকাৰ সা- সামগ্ৰীৰ ক্ষতিসাধন
দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰ: দক্ষিণ কামৰূপৰ গৰৈমাৰীত টপাৰ পথাৰ গাৱৰ আব্দুল মুন্নাফৰ ঘৰৰ ভিতৰত এখন মালবাহী ডি আই গাড়ীয়ে গুমী নগৰবেৰা ই এণ্ড ডি মথাউৰীৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ফলত ঘৰৰ ভিতৰত থকা প্ৰায় দুই লক্ষাধিক টকাৰ …