পোহৰ বিচাৰি ফুৰিছে বি টি এ ডিৰ দহলাহাবিৰ প্ৰাণজিৎ দাসে
বাক্সাৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ২৭ জুলাইঃ এজন পাহুৱাল ডেকা। বয়স মাত্ৰ ২৩ বছৰ। অকালতে অন্ধত্বক অাকোৱালি লোৱা বি টি এ ডিৰ ওদালগুৰি জিলাৰ দহলাহাবিৰ প্ৰয়াত ৰাজেন দাস আৰু মাতৃ সাৰদা দাসৰ পুত্ৰ। আন দহজন যুৱক দৰে প্ৰাণজিতৰো চকুত …