ধুবুৰীত চাউল মাফিয়াৰ গুদামত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল

ধুবুৰী, সংবাদ ৩৬৫, ১৯ জুলাইঃ ধুবুৰীত চাউল মাফিয়াৰ গুদামত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল। ধুবুৰীত চোৰাং চাউলৰ বিৰুদ্ধে জিলা প্ৰশাসন আৰু খাদ্য যোগান বিভাগৰ অভিযানৰ ফলত যোৱা শনিবাৰে ছিল কৰা হৈছিল ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ বজাৰ প্ৰকল্পৰ দুটাকৈ চাউলৰ …

বৰাগাঁৱত এখন ব্যতিক্ৰমী বিবাহ সম্পন্ন

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাইঃ বিবাহ এক সামাজিক বান্ধোন। হোমৰ জুইক সাক্ষী কৰি দৰা-কইনাৰ মিলন হয়। বুধবাৰে দেখিবলৈ পোৱা গ’ল মহানগৰীৰ এখন ব্যতিক্ৰমী বিবাহ অনুষ্ঠান। মহানগৰীৰ বৰাগাঁৱৰ শ্ৰীশ্ৰী বংশীগোপাল মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ’ল ১৪গৰাকী দৰা-কইনাৰ সমূহীয়া বিবাহ। অগ্নিক সাক্ষী কৰি …

চৰকাৰৰ বাধাস্বত্বেও গুৱাহাটীত উপস্থিত হ’ল ডাঃ প্ৰবীন ভাই টোগড়ীয়া : মুখত কলাকাপোৰ পৰিধান কৰি উলাই আহিলে টোগড়ীয়া

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাইঃ চৰকাৰৰ বাধাস্বত্বেও গুৱাহাটীত উপস্থিত হ’ল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীন ভাই টোগড়ীয়া । বৰঝাৰ বিমানবন্দৰত ১০:৩০ বজাত ’গ-এয়াৰ’ বিমানযোগে আহি উপস্থিত হয় ডাঃ প্ৰবীন ভাই টোগড়ীয়া। ডাঃ প্ৰবীন ভাই টোগড়ীয়াক বিমানবন্দৰৰ ভিতৰতে আদৰণি জনায় …

বাক্সাত সক্ৰিয় মানৱদেহ সৰবৰাহকাৰীঃ গুজৰাটলৈ নি থকা অৱস্থাত ৰঙিয়াত উদ্ধাৰ ছয়গৰাকী যুৱতী

  বাক্সা, সংবাদ ৩৬৫, ১৮ জুলাইঃ বাক্সাত এতিয়াও সক্ৰিয় হৈ আছে মানৱদেহ সৰবৰাহকাৰী ৷ কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি বহি:ৰাজ্যলৈ চালান দি আহিছে মহিলা -যুৱতী ৷ মংগলবাৰে বাক্সাৰ ৰঙিয়া ৰেল ষ্টেচনত উদ্ধাৰ হয় ছয় গৰাকী যুৱতী লগতে আটক কৰা হয় …

অনুষ্ঠানৰ পূৰ্বে নিশা নলবাৰীত ঘটিল অঘটন

নলবাৰী, সংবাদ ৩৬৫, ১৮ জুলাইঃ নলবাৰীৰ গৰ্ডণ স্কুল খেল পথাৰত বৃহস্পতিবাৰে(১৯ তাৰিখ) নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসম গণ পৰিষদৰ অনুষ্ঠিত হ’বগীয়া শংখনাদ অনুষ্ঠানৰ বাবে সাজি থকা পেণ্ডেল যোৱানিশা ভাঙি দিলে দূৰ্বৃত্তই। অনুষ্ঠানৰ বাৱে বনোৱা পেণ্ডেল ভঙাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি …

আপেলত বৰবিহঃ আপেলৰ বাকলিত মিহি প্লাষ্টিক জাতীয় প্ৰলেপ লগাই বিক্ৰী অসাধু ব্যৱসায়ীৰ

হোজাই, সংবাদ ৩৬৫, ১৮ জুলাইঃ ৰাজ্য খনত ছালানি মাছ আৰু গাখীৰ ভেজাল প্ৰমাণিত হোৱাৰ পিছত এইবাৰ হোজাই জিলাৰ লংকাতো ওলাল আপেলত ভেজাল। সকলোৱে খাই ভাল পোৱা এই সুস্বাদু ফলবিধ বৰ্তমান ফলৰ খাদ্যৰ তালিকাৰ ভিতৰত শীৰ্ষ স্থানেই পায় । সৰুৰ পৰা …

১০০ গৰাকী নিবনুৱা যুৱক-যুৱতীক কুকুৰা পোৱালী বিতৰণ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুলাইঃ অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত আৰু সাৰথি হেচ্ছাৰীৰ সহযোগত মঙলবাৰে পাঞ্জাবাৰীস্থ অসম পশুধন নিগমৰ কাৰ্যলয়ত গুৱাহাটী মহানগৰী আৰু ইয়াৰ চুবৰীয়া অঞ্চলৰ প্ৰায় ১০০ গৰাকী নিবনুৱা যুৱক-যুৱতী আৰু কুকুৰা পালকৰ মাজত কুকুৰা পোৱালী বিতৰণ কৰা …

প্ৰদুষণ নিয়ন্ত্ৰণ সন্দৰ্ভত নাজিৰা মহকুমা প্ৰশাসনৰ বিশেষ ব্যৱস্থা

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৭ জুলাইঃ প্ৰদুষণ ৰোধ কৰিবৰ বাবে সজাগতামুলক ব্যৱস্থা হাতত লৈছে নাজিৰাবাসী। আগন্তক শীত ঋতুৰ সময়ত উদ্ভৱ হ’ব পৰা সম্ভাৱ্য প্ৰদুষণ ৰোধ কৰিবৰ বাবে আগতীয়াকৈ ল’ৱ পৰা কেতবোৰ সজাগতামুলক ব্যৱস্থা সন্দৰ্ভত নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ …

বিলাসীপাৰাত গড়কাপ্তানি বিভাগৰ কামত শিশু শ্ৰমিক নিয়োগ

বিলাসীপাৰাৰ পৰা চাইফুল ইছলাম, সংবাদ ৩৬৫, ১৭ জুলাইঃ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা চহৰত চলি থকা গড়কাপ্তানি বিভাগৰ কামত নিয়োগ কৰা হৈছে শিশু শ্ৰমিক। নিৰ্মাণকাৰী সংস্থা এটাই শিশু শ্ৰমিক আইনক ধোৱাচাঙত তুলি নলা নিৰ্মাণৰ কামত নিয়োগ কৰিছে শিশু শ্ৰমিকক। মতলেপ উদ্দিন …

তেতেলীগুৰিৰ ঈমামক অশ্ৰুসিক্ত বিদায়

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৭ জুলাইঃ শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰৰ তেতেলীগুৰিৰ মুছলিম সমাজৰ পেছ ঈমাম জনক ৰাজহুৱা সম্বৰ্ধনাৰে সোমবাৰে বিদায় দিয়ে শিৱসাগৰৰ ৰাইজে। সুদীৰ্ঘ ৩২ বছৰকাল শিমলুগুৰি তেতেলীগুৰিৰ মছজিদত ঈমামতী কৰা শিলচৰৰ আলহাজ আহমদ আলি দেৱে তেখেতৰ কৰ্মজীৱনৰ …