দেৰগাঁওৰ সাধাৰণ যুৱকৰ অসাধাৰণ কৰ্ম
দেৰগাঁও, সংবাদ ৩৬৫, ১১ জুলাইঃ দেৰগাৱৰ বালিবাটৰ যুৱক আফাজুৰ ৰহমানৰ অসাধাৰণ কাৰ্য্যই ৰাইজৰ মাজত সৃষ্টি কৰিছে কৌতুহলৰ৷ আফাজুৰ ৰহমানে ঘৰতে পেলনীয়াা সামগ্ৰীৰে সাজি উলিয়াইছে এজন সাধাৰণ মানুহৰ দৰে কাম কৰিব পৰা এটা ৰবট৷ ৰবটটোৱে আলহীক আদৰণি জনোৱাৰ লগতে এঠাইৰ বস্তু …