শ্ৰীৰামপুৰত বিজেপি হাতীধূৰা মণ্ডল কমিটিৰ উদ্যোগত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলিঃ
শ্ৰীৰামপুৰ, সংবাদ ৩৬৫, ১৭ আগষ্ট: ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত হাতীধূৰা মণ্ডল বিজেপি কমিটিৰ উদ্যোগত শুক্ৰবাৰে বিয়লি ৪ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰা হয়।উক্ত অনুষ্ঠানত হাতীধূৰা মণ্ডল বিজেপিৰ সভাপতি সুৰত ৰায়,মণ্ডল যুৱ মৰ্চাৰ সভাপতি সহ হাতীধূৰা মণ্ডল …