চৰাইদেউ জিলাৰ সাপেখাতীত ভয়ংকৰ অগ্নিকাণ্ড
চৰাইদেউ, সংবাদ ৩৬৫, ২৫ জুনঃ চৰাইদেউ জিলাৰ সাপেখাতীত দেওবাৰে মাজনিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত নিমিষতে জাঁহ যায় পাচঁখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান লগতে এটি বাসগৃহ। কৃপা ফাৰ্ণিছাৰ, মনি নমশুদ্ৰৰ হোটেল, যোগেন আৰন্ধৰাৰ এখন কাহঁৰ বাচনৰ দোকানৰ লগতে কাষতে লাগি থকা …