মৰিয়নীত বন্যহস্তীৰ তাণ্ডৱ
মৰিয়নী, সংবাদ ৩৬৫, ৩১ জুলাইঃ ৰাজ্যত হস্তী মানৱৰ সংঘাট বৰ্তমান যেন নিত্যনৈমত্তিক ঘটনা। বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ এপাল বন্যহস্তীৰ ৷ আকৌ বনৰীয়া হাতীৰ জাক এটাই মুক্ত বিচৰণ কৰি সন্ত্ৰাস চলালে মংগলবাৰে মৰিয়নীৰ নকছাৰীৰ তিৰুৱাল গাঁৱত৷ যোৱা নিশা খাদ্যৰ সন্ধানত মৰিয়নীৰ …