মৃদু ভূমিকম্পাই জোকাৰি গ’ল সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলক
গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুনঃ এক মৃদু ভূমিকম্পই সোমবাৰে পুৱা জোকাৰি যায় সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলক। পুৱা ১০.২৪ বজাত অহা মৃদু ভূমিকম্পই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্য ভূমিকম্পৰ অভিকেন্দ্ৰ নগাঁও জিলাৰ ধিং বুলি জানিব পৰা গৈছে। …