গড়াখহনীয়া প্ৰতিৰোধৰ কাৰণে অৱশেষত নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ওলাই আহিল দৰং জিলাৰ কুৰুৱাৰ একাংশ মহিলা
দৰঙ, সংবাদ ৩৬৫, ২৫ জুলাই: কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ। খবৰ লবলৈ লবলৈ আহৰি নাই ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱা অঞ্চলবাসী ৰাইজৰ। একমাত্ৰ নেদেখা জনৰ ওচৰতে কাকূতি-মিনতি কুৰুৱাবাসী ৰাইজৰ। মঙ্গলদৈ জলসম্পদ বিভাগৰ অধীনত থকা কুৰুৱা অঞ্চলটোত ভগবানেই একমাত্ৰ ভৰসা নৈ পৰীয়া ৰাইজৰ …