বাক্সাৰ গোৰেশ্বৰৰ সুৱাগপুৰত বন্যহস্তীৰ তাণ্ডৱ
বাক্সা, সংবাদ ৩৬৫, ১২ জুলাইঃ পুনৰ হস্তী-মানুহৰ সংঘাত। আকৌ বনৰীয়া হাতীৰ সন্ত্ৰাসে লণ্ড – ভণ্ড কৰিলে ১০টাকৈ পৰিয়াল। বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ সুৱাগপুৰত বুধবাৰে নিশা বনৰীয়া হাতীৰ জাক এটাই খাদ্যৰ সন্ধানত সুৱাগপুৰত প্ৰৱেশ কৰি আক্ৰমন চলায়। জানিব পৰা মতে …