চলিত মাহৰ শেষৰ ফালে মাজুলীলৈ পাঁচখনকৈ জাহাজ
গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুলাইঃ জুলাই মাহৰ শেষৰ ফালে মাজুলীত আভ্যন্তৰীণ জল পৰিবহন বিভাগে চলাব পাঁচখনকৈ নতুন জাহাজ। অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা জাহাজ কেইখন কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। পাঁচখন জাহাজৰ ভিতৰত দুখন জাহাজ গুৱাহাটীৰ পৰা মাজুলীলৈ নিয়া হ’ব। …