চাহ দোকানেৰে স্বাৱলম্বী হোৱা চাৰিগৰাকী চাহ জনজাতিৰ যুৱতী
বাক্সা, সংবাদ ৩৬৫, ১ জুলাইঃ যি সময়ত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকল কৰ্মসংস্থাপন আশাত বহিঃৰাজ্যৰ লগতে ৰাজধানী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ গৈ লাঞ্চিত-বঞ্চিত হ’বলগীয়া হয় সেই সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ পাটকীজুলিৰ চাহ জনজাতিৰ জয়লাল মণ্ডল আৰু সুমিত্ৰ ভগতৰ …