কচুগাঁৱৰ দুমবজাৰত চোৰাং শালকাঠৰ কুণ্ডাসহ ভূটানৰ ট্ৰাক জব্দ
কোকৰাঝাৰ, সংবাদ ৩৬৫, ৩ জুলাইঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দুমবজাৰত সোমবাৰে নিশা কচুগাঁও বন সংমণ্ডলৰ বনকৰ্মীয়ে অভিযান চলাই পাঁচ লক্ষাধীক টকাৰ চোৰাং শাল কাঠৰ কুণ্ড জব্দ কৰিবলৈ সক্ষম হয়৷ এক বিশেষ তথ্যৰ আত ধৰি সোমবাৰে নিশা প্ৰায় দহ বজাত কচুগাঁও বনাঞ্চলৰ সুৰক্ষাৰ …