ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পথত এশ বছৰীয়ে মছজিদ
ছয়াগাওঁ, সংবাদ ৩৬৫, ২৭ জুনঃ দক্ষিণ কামৰূপৰ ছয়াগাওঁ সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ বাঘমাৰা অঞ্চলত বিগত কিছুমাহ ধৰি খহনীয়াই কালৰূপ ধাৰণ কৰিছে। অঞ্চলটোত খহনীয়াৰ ফলত এটাৰ পিছত আনটো পৰিয়ালৰ বাসগৃহৰ লগতে কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন …