ক্ষেত্ৰীৰ মালয়বাৰীত আয়ুষ্মান ভাৰত দিৱসৰ শুভাৰম্ভণী মন্ত্ৰী পীযুষ হাজৰিকাৰ
ক্ষেত্ৰী, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত সোমবাৰে ক্ষেত্ৰীৰ মালয়বাৰীত আয়ুষ্মান ভাৰত দিৱস কেন্দ্ৰীয় ভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যান ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ …