নলবাৰীত আৰক্ষী জোৱানক আক্ৰমণ কৰা পাঁচজনকৈ লোক আৰক্ষীৰ জালত
নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ৮ জুনঃ নলবাৰীৰ জিলিঙনি চ’কত বৃহস্পতিবাৰে এজন আৰক্ষী জোৱানজন প্ৰহাৰ কৰাৰ ঘটনাৰ লগত জড়িত থকা পাঁচজনকৈ লোকক আৰক্ষীয়ে আটক কৰে। আৰক্ষী জোৱানক আক্ৰমণ কৰাৰ ঘটনাৰ লগত জড়িত থকা জিতুমণি হালৈ, শংকৰ তালুকদাৰ, মনেশ্বৰ বেজবৰুৱা, খগেন …