মহানগৰীত গাঞ্জা জব্দ
গুৱাহাটী, সংবাদ ৩৬৫, ২৮ এপ্ৰিলঃ মহানগৰীত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে অবৈধ বেহা৷ এটাৰ পিছত আনটো অবৈধ বেহাই চানি ধৰিছে মহানগৰী গুৱাহাটীত৷ শনিবৰে পুৱা গুৱাহাটীৰ ৰেল ষ্টেচনত এখন ৰেলৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰে গাঞ্জা৷ ডিব্ৰুগড়ৰ পৰা চণ্ডীগড় অভিমুখে গৈ থকা …