মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ
ধুবুৰী, সংবাদ ৩৬৫, ৬ জুনঃ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ধুবুৰী জিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা কংগ্ৰেছৰ কৰ্মী সকলে ম’হৰ গাড়ীত মটৰ চাইকেল উঠাই আৰু ৰাজপথৰ ওপৰত চৌকা জ্বলাই কেন্দ্ৰৰ বিজেপি …