Film Festival : কাহিনী নহয়, চলচ্চিত্ৰৰ গভীৰতাক উপলব্ধি কৰিব পৰা একমাত্ৰ মঞ্চ হ’ল চলচ্চিত্ৰ মহোৎসৱ : জি এ এফ এফত মন্তব্য গিৰীশ কাছাৰাৱল্লীৰ
গুৱাহাটী, ২৮ জানুৱাৰী, ২০২৬ : চলচ্চিত্ৰক কেৱল বিনোদনৰ মাধ্যম হিচাপে নহয়, বৰঞ্চ এক গভীৰ সামাজিক আৰু দাৰ্শনিক দাপোণ হিচাপে স্বীকৃতি প্ৰদানেৰে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF)ৰ দ্বিতীয় সংস্কৰণত অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী বৌদ্ধিক আলোচনা। এই অনুষ্ঠানতে কিংবদন্তি ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা …