B. Borooah College : বি. বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আই টি ই পি)ৰ শুভাৰম্ভ
গুৱাহাটী, ১১ জুলাই, ২০২৬ : অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান (Educational Institute) বি. বৰুৱা মহাবিদ্যালয়ে (স্বায়ত্তশাসিত) ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আই টি ই পি) আৰম্ভ কৰিবলৈ সাজু হৈছে। এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক একক সংহত পাঠ্যক্ৰমৰ …