নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰাৰ আহ্বান বিশিষ্ট অভিনেতা আদিল হুছেইনৰ
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৭ মেঃ ভাৰতীয় সংবিধান অনুসৰি সকলো হ’ব লাগে, হিন্দু, মুছলিম, বঙালী লৈ ভেদাভেদ নকৰি আইনক উৰ্ধত ৰাখিব লাগে। নতুন আইন বলবৎ নকৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰাৰ আহ্বান বিশিষ্ট অভিনেতা আদিল …