নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত টিংৰাইত বিধায়কৰ ঘৰ ঘেৰাও
ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৮ মেঃ বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰায় ২ শতাধিকৰো অধিক প্ৰতিবাদী ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত শুক্ৰবাৰে ডিগবৈত বিধায়ক সুৰেন ফুকনৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে৷ শুক্ৰবাৰে দিনৰ …