নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নলবাৰীত কংগ্ৰেছৰ বিশাল সমদল
নলবাৰী, সংবাদ ৩৬৫, ১৬ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে নলবাৰীত কংগ্ৰেছ দলে বিশাল প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সমদশলত অংশগ্ৰহণ কৰি অসম প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই কয় যে খিলঞ্জীয়াৰ অস্তিত্ব কেৱল কংগ্ৰেছ দলে ৰক্ষা কৰিছে। নলবাৰী জিলাৰ ৰাজীৱ …