বিজয়নগত আৰক্ষীৰ বৃহৎ সাফল্য : উদ্ধাৰ কৌটি টকাৰ চোৰাং সামগ্ৰী
মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৭ এপ্ৰিলঃ দক্ষিণ কামৰূপত বিজয়নগৰ আৰক্ষীয়ে এক অভিযান চলাই কৌটি টকাৰ চোৰাং সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে গধূলি প্ৰায় ৭ বজাত এক ৫-৬ জনীয়া যুৱকৰ দল এটাই এখন চিগাৰেট ভৰ্তি ট্ৰাক ‘হাইজেক’ কৰি মিৰ্জাৰ ৩৭ …