বেগম আছমা খাতুনৰ কাব্য পুথি উন্মোচন
বঙাইগাঁও, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা আছাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনা বেগম আছমা খাতুনৰ কাব্য সংকলন “পাহাৰ কাটি সূৰ্য বিচৰা হাত দুখন” উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ মুৰব্বী অধ্যাপক ড° দিলীপ …